জামুগুৰিহাটৰ ইটাখোলাৰ দিকৰাই নদীৰ ষট্ পূঁজাত ভক্তৰ ভিৰ

জামুগুৰিহাটৰ ইটাখোলাৰ দিকৰাই নদীৰ ষট্ পূঁজাত ভক্তৰ ভিৰ

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটৰ ইটাখোলাৰ দিকৰাই নদীৰ ষট্ পূঁজাত ভক্তৰ ভিৰ

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ অসম বিভিন্ন প্ৰান্তৰ লগতে জামুগুৰিহাটৰ ইটাখোলাৰ দিকৰাই নদীৰ ষট্ পূঁজাত ভক্তৰ ভিৰ পৰিলক্ষিত হয়। সুদীৰ্ঘ ২৫ টাকৈ বৰ্ষ অতিক্ৰম‌ কৰা ইটাখোলাৰ ষট্ পূঁজাত মহিলা সকলে ৭২ ঘন্টা নিৰজল ব্ৰত ৰাখি সূৰ্য দেৱতাক আৰধনা কৰা দেখা যায়৷

Advertisment

এই উদ্দেশ্যেৰে দিকৰাই নদীৰ ঘাট সজায়-পৰাই তোলা দেখা গৈছে। এই ষট্ পূঁজাৰ ধৰ্মীয় কাৰ্যসুচীত মূখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰে যুৱ লেখক, সাহিত্যিক তথা চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰা আৰু বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰে জিলা প্ৰশাসনৰ কেইবাগৰাকীও গন্য-মান্য ব্যক্তিয়ে ৷

Also Read: বটদ্ৰৱাত বৃন্দাবনী বস্ত্ৰ সন্দৰ্ভত পাৱাৰ প্ৰজেক্টৰ দ্বাৰা বিশ্লেষণ আৰু বক্তৃতা অনুষ্ঠান

chath puja