জামুগুৰিহাটত সুদ খোৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান...

এজন জে'ললৈ প্ৰেৰণ

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটত সুদ খোৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান...

জামুগুৰিহাটত সুদ খোৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান...

ডিজিটেল সংবাদ জামুগুৰিহাটঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে জামুগুৰিহাটতো সুদখোৰৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান অব্যাহত৷ এনে অভিযানৰ মাজতে জামুগুৰিহাটৰ মৰিসুঁতিৰ পৰা আৰক্ষীয়ে আজি আটক কৰা এজন সুজ খোৰক।

Advertisment

আটকাধীন লোকজনৰ নাম আলিভ চয়(৫৫)। ইয়াৰ পিছতে তেওঁৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।

Also Read: ৰঙিয়াত ভয়ংকৰ দুৰ্ঘটনাত আহত ১৩...

জামুগুৰিহাট