জামুগুৰিহাটৰ জীয়াভৰলী নদীত অচিনাক্ত মৃতদেহ উদ্ধাৰ...

জামুগুৰিহাটৰ তৌভঙাৰ জীয়াভৰলী নদীত অচিনাক্ত মৃতদেহ উদ্ধাৰ
dangor kotha
dangor kotha

ডিজিটেল সংবাদ, জামুগুৰিহাট: জামুগুৰিহাটৰ তৌভঙাৰ জীয়াভৰলী নদীত অচিনাক্ত মৃতদেহ উদ্ধাৰ ৷

•স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ৷

•পানীত উৱলি যোৱা অৱস্থাত অৰ্দ্ধ গলীত মৃতদেহটো প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে ৷

•এই পৰ্যন্ত আৰক্ষীয়ে উদ্ধাৰ কৰা নাই মৃতদেহ ৷

•লগতে মৃতদেহ চিনাক্তকৰণো কৰিব পৰা নাই আৰক্ষীয়ে।

dangor kotha
বেয়া দিন: তিনি কংগ্ৰেছী বিধায়কৰ পদত্যাগ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in