জামুগুৰিহাটৰ জীয়াভৰলী নদীত অচিনাক্ত মৃতদেহ উদ্ধাৰ...

জামুগুৰিহাটৰ তৌভঙাৰ জীয়াভৰলী নদীত অচিনাক্ত মৃতদেহ উদ্ধাৰ

author-image
Asomiya Pratidin
New Update
তিনিচুকীয়াত চাঞ্চল্যঃ স্বামীয়ে শিৰচ্ছেদ কৰিলে পত্নীক !

dangor kotha

ডিজিটেল সংবাদ, জামুগুৰিহাট: জামুগুৰিহাটৰ তৌভঙাৰ জীয়াভৰলী নদীত অচিনাক্ত মৃতদেহ উদ্ধাৰ ৷

Advertisment

•স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ৷

•পানীত উৱলি যোৱা অৱস্থাত অৰ্দ্ধ গলীত মৃতদেহটো প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে ৷

•এই পৰ্যন্ত আৰক্ষীয়ে উদ্ধাৰ কৰা নাই মৃতদেহ ৷

•লগতে মৃতদেহ চিনাক্তকৰণো কৰিব পৰা নাই আৰক্ষীয়ে।

Also Read: বেয়া দিন: তিনি কংগ্ৰেছী বিধায়কৰ পদত্যাগ...

Assam police