গহপুৰত সমূহীয়া ভাৱে নাঙল বিহু পালন...

গহপুৰত সমূহীয়া ভাৱে নাঙল বিহু পালন...

ডিজিটেল সংবাদ, গহপুৰ : আজি চাৰি বহাগ। সমগ্ৰ ৰাজ্যবাসীয়ে পালন কৰিছে নাঙল বিহু। নাঙল বিহু অসমীয়া জনজীৱনৰ এক সত্বা।এই সত্বাৰ মাজতে লুকাই আছে কৃষিজীৱী ৰাইজৰ আৱেগ।

এই বিহু উপলক্ষে গহপুৰৰ চিলথিয়াত ৰাইজে পালন কৰিছে নাঙল বিহু। নাঙল বিহুৰ দিনটোত ৰাইজ একত্ৰতি হৈ পৰম্পৰাগত ভাৱে পালন কৰিছে এই বিহু। এই বিহুৰ পৰম্পৰা অনুসৰি গহপুৰত ৰাইজে গছসেৱা কৰি গছৰ তলত বিহু জুৰে।

উল্লেখ্য যে, অসমৰ ভিন্ন ঠাইৰ পৰম্পৰা অনুসৰি এই বিহু ভিন ভিন পৰম্পৰাৰে পালন কৰা হয়।

গহপুৰত সমূহীয়া ভাৱে নাঙল বিহু পালন...
উদ্ধাৰ ড্ৰোণৰ ভগ্নাৱশেষ : ভাৰত-পাকিস্তান সীমান্তত সঘন অহা-যোৱা পাকিস্তনী দুষ্টচক্ৰৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in