/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/7556fd6f-d1da-4150-bc19-76a24178c77d/download.jpg)
গহপুৰত গছ বাগৰি পথ বন্ধঃ এজন গুৰুতৰ ভাৱে আহত... ei muhurtar khabar
গহপুৰৰ ডুবিয়াত অঘটন।
পথৰ ওপৰত বাগৰি পৰিল প্রকাণ্ড গছ।
ঘটনাত গুৰুতৰভাৱে আহত হৈছে এজন পথচাৰী।
আহত ব্যক্তিজনৰ নাম নগেন শইকীয়া।
আহত লোকজনক গহপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্রেৰণ।
ঘটনাৰ ফলত ৰাজপথত আৱদ্ধ হৈ পৰিছে শ শ বাহন।
Also Read: বংগত আজি পুনৰ ভোট গ্ৰহণঃ হিংসা পৰিহাৰ কৰি শান্তি বৰ্তাই ৰখাৰ আহ্বান....