ভাৰতীয় চাহ বোৰ্ডৰ তেজপুৰ মাণ্ডলিক কাৰ্য্যালয়ত প্ৰতিষ্ঠা দিৱস উদযাপন...

ভাৰতীয় চাহ বোৰ্ডৰ তেজপুৰ মাণ্ডলিক কাৰ্য্যালয়ত শনিবাৰে ৭০ সংখ্যক প্ৰতিষ্ঠা দিবস উদযাপন কৰা হ’য় । তেজপুৰ মাণ্ডলিক কাৰ্যালয়ৰ টি ডেভেলপমেন্টৰ সহকাৰী পৰিচালক উমা কান্ত ডেউৰীয়ে অনুষ্ঠানটিৰ আঁত ধৰে ।

author-image
Asomiya Pratidin
New Update
ভাৰতীয় চাহ বোৰ্ডৰ তেজপুৰ মাণ্ডলিক কাৰ্য্যালয়ত প্ৰতিষ্ঠা দিৱস উদযাপন...

প্ৰতিষ্ঠা দিৱস উদযাপন

ডিজিটেল সংবাদ, তেজপুৰঃ ভাৰতীয় চাহ বোৰ্ডৰ তেজপুৰ মাণ্ডলিক কাৰ্য্যালয়ত শনিবাৰে ৭০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হ’য় । তেজপুৰ মাণ্ডলিক কাৰ্যালয়ৰ টি ডেভেলপমেন্টৰ সহকাৰী পৰিচালক উমা কান্ত ডেউৰীয়ে অনুষ্ঠানটিৰ আঁত ধৰে ।

Advertisment
৭০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
৭০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

শোণিতপুৰ জিলা উন্নয়ন বিষয়া ধিৰাজ শইকীয়াই সহযোগ কৰা অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে TRA, মুখ্য পৰামৰ্শ বিষয়া এছ কে বৰুৱা, ঢেকীয়াজুলি চাহ বাগিছাৰ জেনেৰেল মেনেজাৰ ভূপেন্দ্ৰ সিং দেউৰাই৷

৭০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
৭০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

অনুষ্ঠানটিত ওদালগুৰি, নগাওঁ, বিশ্বনাথ আৰু শোণিতপুৰ জিলাৰ ক্ষুদ্ৰ চাহ খেতিয়ক সংগঠন সমুহৰ জিলা বিষয় ববীয়া, আৰু জিলাসমূহৰ আঞ্চলিক পৰ্য্যায়ৰ কৰ্মকৰ্তা, আত্মসহায়ক গোটৰ সদস্যৰ উপৰিও চামগুৰি, কলং, মহালক্ষ্মী চাহ কলঘৰৰ গৰাকীসকল উপস্থিত থাকে৷

প্ৰতিষ্ঠা দিৱস
প্ৰতিষ্ঠা দিৱস

Also Read: আজি অসমলৈ আহিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল...

#teaboad #foundationfay