বিহালী চাহ বাগিছাত অগ্নিকাণ্ড...

নগদ ধন, আ-অলংকাৰ, নথিপত্ৰ জাহ গ'ল জুইত

author-image
Asomiya Pratidin
New Update
বিহালী চাহ বাগিছাত অগ্নিকাণ্ড...

বিহালী চাহ বাগিছাত অগ্নিকাণ্ড...

ডিজিটেল সংবাদ বিহালীঃ বিহালী চাহ বাগিছাৰ ১৫ নং লাইনত আজি এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। জানিব পৰামতে বৈদ্যুতিক চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ডৰ সূত্ৰপাট হয়৷

Advertisment

উল্লেখ্য যে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত ঘৰত উপস্থিত নাছিল গৰাকী৷ ফলত এই অগ্নিকাণ্ডত গুৰুত্বপূৰ্ণ বহু নথি পত্ৰৰ লগত নগদ ৩৫ হাজাৰ টকা আৰু আ-অলংকাৰ জুইত জাহ যায়৷

অৱশ্যে পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।

Also Read: ধুবুৰীত পত্নীয়ে অপহৰণ কৰিলে স্বামীকঃ মুক্তিপন দাবী ১ লাখ ৬০ হেজাৰ টকা...

অগ্নিকাণ্ড বিহালী