/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/430eb4bb-fc7c-4106-b84b-c4798d11a460/95.jpg)
শোণিতপুৰৰ গুদামঘাটত নিচাযুক্ত দ্ৰব্য জব্দ।
চাৰিদুৱাৰ আৰক্ষীয়ে এক গোপন সুত্ৰৰ পম খেদি জব্দ কৰে ড্ৰাগছ।
লগতে জাকিৰ হুচেইন নামৰ এজন সৰবৰাহকাৰীক আটক কৰে।
ধৃত জাকিৰৰ পৰা জব্দ কৰে এটা ড্ৰাগছভৰ্তি চাবোন কেচসহ AS-12- H- 1372 নম্বৰৰ চেণ্ট্ৰ’ বাহন।
লগতে জব্দ কৰে তিনিটা ম'বাইল আৰু দুটা কেমেৰা।
জব্দকৃত ড্ৰাগছখিনিৰ মূল্য ১ লাখৰো অধিক টকা হ’ব বুলি আৰক্ষীয়ে সদৰী কৰে।
Also Read: ধেমাজি জিলা আহোম সভাৰ উদ্যোগত পণ্ডিত ড০ কৃষ্ণকান্ত সন্দিকৈৰ জন্ম জয়ন্তী উদযাপন