/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/4c5a2c13-4fc8-4a7c-8b93-5903e9d5c10b/6.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ বালিপৰাৰ ৰৌমাৰীৰ উদীয়মান যুৱ শিল্পী সঞ্জয় চেত্ৰীৰ লগতে কৰণ উপাধ্যায়ে গোৰ্খা সকলৰ পবিত্ৰ উৎসৱ দীপাৱলী আৰু ভাইটিকা উপলক্ষে এটি দেউচি গীতৰ লগতে নৃত্যৰ ভিডিঅ' মুকলি কৰিছে।
গীতটোত স্থানীয় যুৱ অভিনেতা পাৰ্দুমন উপাধ্যায়ে গীত ও নৃত্য প্ৰদৰ্শন কৰিছে। অসম বাসী ৰাইজে গীতটি আকোঁৱালি ল'ব বুলি আশা প্ৰকাশ কৰিছে উদীয়মান যুৱ শিল্পী সঞ্জয় চেত্ৰীয়ে৷
Also Read: বহিঃৰাজ্যৰ ২ নাৰী সৰবৰাহকাৰীক গ্ৰেপ্তাৰ ওৰাং আৰক্ষীৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us