/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24-1.jpg)
খৰি কাটিবলৈ গৈ কিদৰে মৃত্যু হ'ল কুনেশ্বৰৰ...
-
শোণিতপুৰত উদ্ধাৰ হৈছে এটা মৃতদেহ।
-
জিলাখনৰ সোণাইৰূপাই অভয়াৰণ্যত উদ্ধাৰ হৈছে এই মৃতদেহ।
-
উদ্ধাৰ হোৱা মৃতদেহটো ৰঙাপৰাৰ ২ নং উৰহিলগাৰ এজন লোকৰ বুলি চিনাক্তা কৰা হৈছে।
-
উদ্ধাৰ হোৱা মৃত ব্যক্তিজনৰ নাম কুনেশ্বৰ স্বৰ্গীয়াৰী।
-
আজি পুৱা খৰি কাটিবলৈ ওলায় গৈছিল ব্যক্তিজন।
-
তাৰ পিছতে বিয়লি কুনেশ্বৰ স্বৰ্গীয়াৰীৰ মৃতদেহ উদ্ধাৰ হয়।
-
ইতিমধ্যে ৰঙাপৰা আৰক্ষীয়ে উদ্ধাৰ কৰি এই মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।
-
কুনেশ্বৰ স্বৰ্গীয়াৰীৰ কিদৰে মৃত্যু হ'ল সেই কথা এতিয়াও জানিব পৰা হোৱা নাই।
-
আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।