/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/2fd22028-1620-44e4-9ba1-aa84b1b49ad8/deathbody_10.jpg)
ঘিলাধাৰী নৈত মৃতদেহ উদ্ধাৰ...
-
চতিয়াৰ ঘিলাধাৰী নৈত এক মৃতদেহ উদ্ধাৰ৷
-
ঘিলাধাৰী নৈৰ পানীত মৃতদেহটো উপঙি থকাৰ প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে।
-
ইয়াৰ পাছতে খবৰ দিয়ে স্থানীয় আৰক্ষীক।
-
ঘটনাস্থলীত চতিয়া আৰু বিশ্বনাথ আৰক্ষী উপস্থিত হৈছে।
-
আৰক্ষীয়ে উদ্ধাৰ কৰিছে মৃতদেহটো।
-
মৃতদেহটো প্ৰতাপগড় চাহবাগিছাৰ ৬ নং লাইনৰ সুৰেন নায়ক বুলি চিনাক্ত।
-
পৰিয়ালৰ লোকে চিনাক্ত কৰিলে মৃতদেহটো।
-
নৈ পাৰ হোৱাৰ চেষ্টা চলাওতেই পানীত ডুবি মৃত্যু হোৱা সন্দেহ।
Also Read: ফাঁচীবজাৰ অবৈধ সোণ, পল্টনবজাৰত লাখে লাখে টকা জব্দ...