ভয়ংকৰ হত্যাকাণ্ড, পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ...

ক্ৰমাৎ হত্যা, হিংসা বৃদ্ধি পাইছে ৰাজ্যত ৷ শেহতীয়াকৈ শোণিতপুৰ জিলাৰ চাৰিদুৱাৰত সংঘটিত হৈছে ভয়ংকৰ এক হত্যাকাণ্ড ৷ পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ ৷
ভয়ংকৰ হত্যাকাণ্ড, পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ...
ভয়ংকৰ হত্যাকাণ্ড, পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ...

ডিজিটেল সংবাদ জামুগুৰিহাটঃ ক্ৰমাৎ হত্যা, হিংসা বৃদ্ধি পাইছে ৰাজ্যত ৷ শেহতীয়াকৈ শোণিতপুৰ জিলাৰ চাৰিদুৱাৰত সংঘটিত হৈছে ভয়ংকৰ এক হত্যাকাণ্ড ৷ পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ ৷

চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত থাইগিৰিবাৰীত সংঘটিত হৈছে এই জঘন্য হত্যাকাণ্ড৷ পুত্ৰ সাম্বাৰু বসুমতাৰী(৩০)ৰ হাতত প্ৰাণ গ'ল পিতৃ নানু বসুমতাৰী(৫৫)ৰ ৷ গুৰুতৰভাৱে আহত হৈছে পুত্ৰ সাম্বাৰু বসুমতাৰীও ৷ পাৰিবাৰিক কন্দলৰ পৰিনতিত সংঘটিত হৈছে এনে হত্যাকাণ্ড ৷

ভয়ংকৰ হত্যাকাণ্ড, পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ...
প্ৰশ্নকাকত ফাদিলঃ তদন্তৰ বাবে ডিব্ৰুগড়ত উপস্থিত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in