New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/d2e9aaf8-0d8f-4f42-bf9f-092b290aa6d7/222.jpg)
চতিয়াৰ মৰনৈ দলঙত গৰু চোৰৰ বাহন দুৰ্ঘটনা।
এখন বিলাসী বাহনেৰে সৰবৰাহ কৰিছিল ৩টাকৈ গৰু।
বিশ্বনাথৰ পৰা তেজপুৰ অভিমুখী আছিল i20 বাহনখন।
দুৰ্ঘটনাৰ পিছতেই গাড়ী এৰি পলায়ন সৰবৰাহকাৰীৰ।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গাড়ীখন জব্দ কৰে।
Also Read: অভিনন্দন ! বিকাশৰ গতিত সুৰংগত আৱদ্ধ শ্ৰমিকৰ জীৱন...