গহপুৰত স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত কংগ্ৰেছৰ প্ৰতিবাদ

গহপুৰত স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত কংগ্ৰেছৰ প্ৰতিবাদ

author-image
Asomiya Pratidin
New Update
গহপুৰত স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত কংগ্ৰেছৰ প্ৰতিবাদ

ডিজিটেল সংবাদ,গহপুৰ : গহপুৰত স্মাৰ্ট মিটাৰৰ বন্ধ কৰাৰ দাবীত বুধবাৰে গহপুৰ কংগ্ৰেছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। অত্যাধিক মূল্যবৃদ্ধি আৰু APDCL-ৰ কৰ্মকাণ্ডই সাধাৰণ ৰাইজক ৰাম টাঙোন দিয়াকলৈ প্ৰতিবাদ মুখৰ হৈ পৰে গহপুৰ কংগ্ৰেছ।

Advertisment

"বিদ্যুৎ বিভাগৰ স্মাৰ্ট মিটাৰ লগোৱাৰ নামত ডকাইতি বন্ধ কৰক", "শক্তিমন্ত্ৰী পদত্যাগ কৰক", "হিমন্ত বিশ্ব শৰ্মা হাই হাই", "APDCL হাই হাই" আদি ধ্বনিৰে উত্তাল কৰি তোলে গহপুৰৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ চৌহদ।

Also Read: ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত জামুগুৰিহাটৰ পল্লৱী কলিতাৰ সাফল্য

gohpur smart meter congress protest