/asomiyapratidin/media/media_files/2025/06/03/SXyA0fQ5ScHfFEvt9qRz.jpg)
ডিজিটেল সংবাদ জামুগুৰিহাটঃ মঙলবাৰে শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষীয়ে এক অভিযান চলাই ড্ৰাগছসহ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। জানিব পৰা মতে শোণিতপুৰৰ গুদামঘাটত অভিযান চলাইছিল দলটোৱ।
আৰক্ষী সূত্ৰে জানিব পৰা মতে নিষিদ্ধ বজাৰত এই হেৰ’ইনখিনিৰ মূল্য প্ৰায় ৫ লাখ টকা হ’ব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us