/asomiyapratidin/media/media_files/2025/05/17/Jhq1xn5XfuGVUe033neJ.jpg)
ডিজিটেল সংবাদ জামুগুৰিহাটঃ শোণিতপুৰৰ অসম অৰুণাচল প্ৰদেশৰ সীমান্তত অঘটন। সীমান্তৰ কাষৰ এখন নদীত অভিভাৱকৰ দায়িত্বহীনতাৰ বাবেই দুই বছৰো সম্পূৰ্ণ নোহোৱা এটি শিশুৰ সলিল সমাধি ঘটিছে।