/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-28/cfqr1nwl/281.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : বিহু শিল্পী সংস্থা অসম, শোণিতপুৰ জিলা সমিতিৰ তৃতীয় বাৰ্ষিক অধিৱেশনখন বিভিন্ন কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। বালিপৰা আঞ্চলিক সমিতি আৰু তেজপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত বালিপৰাত অনুষ্ঠিত কৰা হৈছে বাৰ্ষিক অধিৱেশনখন।
অধিৱেশনত শোণিতপুৰ জিলাৰ ৭০ উৰ্ধৰ বহুকেইগৰাকী বিহুৱা- বিহুৱতীক সম্বৰ্ধনা জনোৱাৰ লগতে জিলাখনৰ কেইবগৰাকী চিকিৎসক, সাংবাদিকক শোণিতপুৰ জিলা সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে।
উক্ত অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ কেইবাজনো বিষয়া।
Also Read: গাহৰি পালনেৰে জীৱিকাৰ পথ মোকলাইছে উচ্চ শিক্ষিত যুৱকে
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us