New Update
/asomiyapratidin/media/media_files/2025/07/29/juj-2025-07-29-21-56-39.jpg)
- শোণিতপুৰৰ চাৰিদুৱাৰত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা।
- পথৰ কাষ ৰেলিং ভাঙি ৰেলিংত সোমাল মটৰ চাইকেল।
- গুৰুতৰভাৱে আহত দুজন যুৱক ৷
- অৰুণাচল প্ৰদেশৰ নাগ মন্দিৰৰ পৰা আহি থাকোঁতে সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো৷
- গুৰুতভাৱে আহত মুন্না বড়ো আৰু জিতেন চাওঁতাল।
- আহত দুয়োকে শংকট জনক অৱস্থাত তেজপুৰ চিকিৎসা মহাবিদ্যালয় লৈ প্ৰেৰণ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us