শোণিতপুৰৰ গুদামঘাটত ভয়ংকৰ ঘটনা…

শোণিতপুৰৰ গুদামঘাটত ভয়ংকৰ ঘটনা…

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

  • শোণিতপুৰৰ গুদামঘাটত ভয়ংকৰ ঘটনা।
  • এজন যুৱকলৈ লক্ষ্য কৰি গুলীচালনা অসাধু ব্যৱসায়ীৰ।
  • চালেহ আহমেদ নামৰ ব্যক্তিজনে গুলীয়াই সুৰজ আলীক।
  • সুৰজে প্ৰত্যুত্তৰত চোকা অস্ত্ৰৰে আক্ৰমণ কৰে চালেহ আহমেদক।
  • দুয়োকে আটক কৰে চাৰিদুৱাৰ আৰক্ষীয়ে।
  • চালেহ আহমেদৰ পৰা জব্দ .২২ পিষ্টল, ৪জাই সক্ৰিয় গুলী।
  • ঘটনাত গুলীবিদ্ধ হয় সুৰজ আলী নামৰ যুৱকজন।
assam Assam police