/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
road accident road accident
সোণাৰিৰ কাতিবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।
বুধবাৰে নিশাৰ ভাগত সংঘটিত পথ দুৰ্ঘটনাটো।
তীব্রবেগী ৱাগানাৰে খুন্দিয়ালে বিদ্যুতৰ খুঁটাত।
বিদ্যুতৰ খুঁটাত খুন্দা মৰাৰ পাছত বাহন চিটিকি পৰে দূৰৈত।
থিতাতে নিহত এজন, আন এজনৰ অৱস্থা সংকটজনক।
নিহত লোকজন গোলাঘাটৰ ৰাজু ফুকন বুলি চিনাক্ত।
দুৰ্ঘটনাগ্রস্ত বাহনখনৰ নম্বৰ AS-01 L 9639।