New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/c002ea14-1b91-4929-95df-4835a89e0465/bdfssc.jpg)
sonari
-
সোণাৰি সদৰ থানাত ভয়ংকৰ ঘটনা।
-
আৰক্ষীয়ে গুলীয়াই হত্যা কৰিলে সতীৰ্থক।
-
ডিঙিত তিনিটা গুলী লাগে জোৱানজনৰ।
-
নিহত আৰক্ষীজনৰ নাম গকুল বসুমতাৰী।
-
অভিযুক্ত দীপক কাকতিৰ আত্মসমৰ্পণ।