New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-2-300x188-1.jpg)
· সোণাৰিত ভয়ংকৰ ঘটনা।
· গণপ্রহাৰত মৃত্যু এজন যুৱকৰ।
· মৰিয়াই মৰিয়াই হত্যা মংলু তাঁতী নামৰ যুৱকজনক।
· শালকাঠনি চাহ বাগিচাত সংঘটিত হয় এই ঘটনা।
·অৱশ্যে কি কাৰণে এই জঘন্য ঘটনা সংঘটিত হয় এতিয়ালৈকে তাৰ কাৰণ জানিব পৰা হোৱা নাই।