অসম মুখ্য-পৃষ্ঠা সোণাৰীত সন্ধানহীন যুৱক, চিন্তিত পৰিয়াল… সোণাৰীত সন্ধানহীন যুৱক, চিন্তিত পৰিয়াল… asomiyapratidin 28 Aug 2022 13:41 IST Follow UsNew Update সোণাৰিত সন্ধানহীন এজন যুৱক। সন্ধানহীন যুৱকজনৰ নাম আখতাৰ আলী।শনিবাৰৰ পৰা সন্ধানহীন হৈ আছে যুৱকজন। ঘটনা সন্দৰ্ভত নামতোলা থানাত এজাহাৰ দাখিল পৰিয়ালৰ।বৰ্তমানলৈ কোনো ধৰণৰ খবৰ লাভ কৰা নাই যুৱকজনৰ। ঘটনা সন্দৰ্ভত চিন্তিত পৰিয়াল। assam missing sonari Assam policeআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক