New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
- সোণাৰিৰ ৰতনপুৰ চাহ বাগিচাত শ্রমিকৰ মৃত্যুক লৈ উত্তেজনা।
- সোমবাৰে চাহ বাগিচাৰ নলাত পৰি মৃত্যু এজন শ্রমিকৰ।
- চাহ বাগিচাৰ কৰ্তৃপক্ষই খন্দা বৃহৎ নলাত পৰি মৃত্যু শ্রমিকজনৰ।
- সেই নলাত পৰি মৃত্যু গোন্ধৰু প্রজা নামৰ শ্রমিকজনৰ।
- বাগিচাখনৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ প্রকাশ স্থানীয় শ্রমিকসকলৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us
 Follow Us