সোণাৰিত বন্যহস্তীৰ উপদ্ৰৱ, আতংকিত গাঁওবাসী...

সোণাৰিত নিশা বনৰীয়া হাতীয়ে চলায় তাণ্ডৱ

author-image
Asomiya Pratidin
New Update
সোণাৰিত বন্যহস্তীৰ উপদ্ৰৱ, আতংকিত গাঁওবাসী...

Sonari Elephant tense

ডিজিটেল ডেস্ক : সোণাৰিত নিশা বনৰীয়া হাতীয়ে চলায় তাণ্ডৱ। সোণাৰিৰ ৩নং গোৱালাপথৰাত হাতীয়ে ভাঙিলে ৪টাকৈ বাসগৃহ। উল্লেখ্য যে হাতীৰ তাণ্ডৱত নিৰ পায়েক, সুমিত্রা পায়েকৰ পৰিয়ালৰ ৪টা বাসগৃহৰ ক্ষতিসাধন হয়।

ঘৰৰ অন্যান্য সামগ্রীসমূহো ভাঙি নষ্ট কৰে বন্যহস্তীয়ে। হাতীৰ উপদ্ৰৱ সহিব নোৱাৰি ৰাইজে বন বিভাগক খবৰ দিয়ে যদিও বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত নোহোৱাত ক্ষোভিত হৈ পৰে ৰাইজ।

assam sonari elephant