New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/dc41d141-bdc2-443d-a491-05026228430c/download.jpg)
মায়ঙত চাঞ্চল্যকৰ হত্যাকাণ্ড।
পুত্রই কুঠাৰেৰে ডিঙিত ঘপিয়াই হত্যা কৰিলে মাতৃক।
মৃত মহিলাগৰাকীৰ নাম যোগেমাই দেৱী।
হত্যকাৰী নাৰায়ণ নাথক আটক কৰে আৰক্ষীয়ে।
ইয়াৰ পূৰ্বেও পত্নীকো জ্বলাই হত্যা কৰিছিল নাৰায়ণ নাথে।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us