পুত্ৰৰ কুঠাৰৰ ঘাপত প্ৰাণ গ'ল মাতৃৰ, পত্নীকো দিছিল জ্বলাই

মায়ঙত সংঘটিত চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি যায় সমগ্ৰ অঞ্চল। পুত্ৰৰ আক্ৰমণত প্ৰাণ গ'ল মাতৃৰ
পুত্ৰৰ কুঠাৰৰ ঘাপত প্ৰাণ গ'ল মাতৃৰ, পত্নীকো দিছিল জ্বলাই
  • মায়ঙত চাঞ্চল্যকৰ হত্যাকাণ্ড।

  • পুত্রই কুঠাৰেৰে ডিঙিত ঘপিয়াই হত্যা কৰিলে মাতৃক।

  • মৃত মহিলাগৰাকীৰ নাম যোগেমাই দেৱী।

  • হত্যকাৰী নাৰায়ণ নাথক আটক কৰে আৰক্ষীয়ে।

  • ইয়াৰ পূৰ্বেও পত্নীকো জ্বলাই হত্যা কৰিছিল নাৰায়ণ নাথে।

  • ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in