নৃশংস! পুত্ৰই ডিঙি চেপি হত্যা কৰিলে মাতৃক

হাইলাকান্দিৰ টোলৰোডত এক নৃশংস হত্যাকাণ্ড সংঘটিত হয়। পুত্রৰ হাতত প্রাণ গ’ল এগৰাকী মাতৃৰ।

author-image
Asomiya Pratidin
New Update
নৃশংস! পুত্ৰই ডিঙি চেপি হত্যা কৰিলে মাতৃক

murder accused

ডিজিটেল ডেস্ক: হাইলাকান্দিৰ টোলৰোডত এক নৃশংস হত্যাকাণ্ড সংঘটিত হয়। পুত্রৰ হাতত প্রাণ গ’ল এগৰাকী মাতৃৰ। বৃহস্পতিবাৰে সংঘটিত হৈছে এই ঘটনা।

অভিযোগ অনুসৰি মাতৃক ডিঙি চেপি হত্যা ত্রিদিপ দেৱৰায় নামৰ যুৱকজনৰ।এই ঘটনাৰ পাছতেই অভিযুক্তক গ্রেপ্তাৰ কৰিছে হাইলাকান্দি আৰক্ষীয়ে।

assam Assam police crime murder