অসম মুখ্য-পৃষ্ঠা নৃশংস! পুত্ৰই মৰিয়াই হত্যা কৰিলে মাতৃক নৃশংস! পুত্ৰই মৰিয়াই হত্যা কৰিলে মাতৃক asomiyapratidin 27 Jul 2022 11:25 IST Follow UsNew Updateগোসাইগাঁৱৰ শিমলাবাৰি টাপুত নৃশংস হত্যাকাণ্ড।পুত্রই কাঠৰ টুকুৰাৰে মাৰি হত্যা কৰিলে মাতৃক।মৃত মহিলাগৰাকী সুমি টুডু।মাতৃ-পুত্রৰ মাজত হোৱা কাজিয়াৰ ফলত সংঘটিত এই হত্যাকাণ্ড। বুধবাৰে পোহৰলৈ আহে এই ঘটনা। assam Assam police crime murderআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক