প্ৰমীলা ৰাণী, নৱ শৰণীয়া, শব্দ ৰাভা, কুমাৰ দীপক দাস, হাগ্ৰামা মহিলাৰীৰ ভোটদান

প্ৰমীলা ৰাণী, নৱ শৰণীয়া, শব্দ ৰাভা, কুমাৰ দীপক দাস, হাগ্ৰামা মহিলাৰীৰ ভোটদান

author-image
asomiyapratidin
New Update
অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণঃ আবেলি ৩ বজালৈকে ক’ত কিমান ভোটদানৰ হাৰ…

  • কোকৰাঝাৰ লোকসভা সমষ্টিৰ কেইবাজনো প্ৰাৰ্থীয়ে কৰিলে ভোটদান।
  • বি পি এফ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মই সাব্যস্ত কৰিলে ভোটদান।
  • কৰাঝাৰ বিদ্যাপীঠ হাইস্কুলৰ ১৯৫ নং পলিং কেন্দ্ৰত ভোটদান প্ৰমিলাৰ।
  • ভোটদানৰ অন্তত তিনিকোণীয়া যুঁজ হব বুলি মন্তব্য প্ৰমিলাৰ।
  • নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়াই সাব্যস্ত কৰিলে ভোটদান।
  • কংগ্ৰেছ প্ৰাৰ্থী শব্দ ৰাম ৰাভাই সাব্যস্ত কৰিলে ভোটদান।
  • ইফালে ইউ পি পি এল প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মই সাব্যস্ত কৰিলে ভোটদান।
  • ইফালে বৰপেটা লোকসভা সমষ্টিৰ অ গ প প্ৰাৰ্থী কুমাৰ দীপক দাসে সাব্যস্ত কৰিলে ভোটদান।
  • ৮ নং দহাটী নিম্ন বুনিয়াদী বিদ্যালয়ত ভোটদান কৰিলে তেওঁ।
  • কোকৰাঝাৰ দেৱৰগাঁৱৰ ১১০ নং ভোটগ্ৰহণ কেন্দ্ৰত হাগ্ৰামা মহিলাৰীৰ সপত্নীক ভোটদান।