বকোত সৌৰশক্তি প্রকল্প উদ্বোধন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ…

বকোত সৌৰশক্তি প্রকল্প উদ্বোধন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ…

author-image
asomiyapratidin
New Update
বকোত সৌৰশক্তি প্রকল্প উদ্বোধন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ…

ডিজিটেল ডেস্ক: বকোত সৌৰশক্তি প্রকল্প উদ্বোধন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। ২৫ মেগাৱাট সৌৰশক্তি প্রকল্প উদ্বোধন মুখ্যমন্ত্রী গৰাকীৰ।

এক জনসভা সম্বোধন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছসমূহ বিদ্যুৎ চালিত কৰা হ'ব। ৭৫ মেগাৱাৰ্ট সৌৰশক্তি প্রকল্প স্থাপন কৰা হ'ব। সৌৰশক্তিৰ জৰিয়তে ৰাইজে নিজৰ নিজৰ বাহনসমূহো বিদ্যুৎ চালিত কৰিব।

কৃষকৰ ধন উৎপাদন সন্দৰ্ভতো মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। তেওঁ কয় যে কৃষকৰ উৎপাদিত ধান ৰাজ্য চৰকাৰে ক্রয় কৰিব। প্রধানমন্ত্রীৰ আশীৰ্বাদত কৃষকে উৎপাদিত ধানৰ উচিত মূল্য লাভ কৰিছে। ৪.৫০ মেট্রিক টন ধান ক্রয় কৰিছে ৰাজ্য চৰকাৰে।

আৰু পঢ়ক: জুবিনৰ স্বাস্থ্যৰ শেহতীয়া খবৰ LIVE UPDATE…

assam himanta biswa sarma