New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/56c8459c-7cb4-461b-bd45-edd52836be16/download.jpg)
সোণাৰি জাতীয় বিদ্যালয়ৰ ছাত্রক অপহৰণৰ চেষ্টা।
বিদ্যালয়লৈ গৈ থকা সময়তে অপহৰণৰ চেষ্টা দুৰ্বৃত্তৰ।
ছাত্রজনক গাড়ীত তুলি পলায়নৰ চেষ্টা অপহৰণকাৰীৰ।
বলপূৰ্বকভাবে বাহনখনৰ পৰা নামি আহে ছাত্র জন।
ঘটনা সন্দৰ্ভত সোণাৰি থানাত এজাহাৰ দাখিল অভিভাৱকৰ।