বোকাজানত নিচাজাতীয় সামগ্ৰীসহ সৰবৰাহকাৰীক আটক

বোকাজানত নিচাজাতীয় সামগ্ৰীসহ সৰবৰাহকাৰীক আটক

author-image
Asomiya Pratidin
New Update
বোকাজানত নিচাজাতীয় সামগ্ৰীসহ সৰবৰাহকাৰীক আটক

  • বোকাজানত গাঞ্জাসহ আৰক্ষীৰ জালত এটা সৰবৰাহকাৰী।

  • খটখটি আৰক্ষীৰ নাকা তালাচিত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা।

  • ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখী WB-76-B-2883 নম্বৰৰ ট্ৰাকত গোপন চেম্বাৰ সাজি লুকুৱাই আনিছিল গাঞ্জাখিনি।

  • ৭৫ টা পেকেটত উদ্ধাৰ হোৱা গাঞ্জাখিনিৰ ওজন প্ৰায় ৮কুইণ্টল।

  • গাঞ্জাসহ আৰক্ষীৰ জালত বিহাৰৰ মতিহাৰী জিলাৰ ৰাধেশ্যাম চাহানি নামৰ সৰবৰাহকাৰীটো।

  • জব্দকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য চাৰি কোটি টকা হ'ব বুলি জানিবলৈ দিয়ে।

Advertisment

Also Read: বৰ্ষাপাৰাত ৰাজস্থান-কলকাতাৰ মেচ : এইকেইটা পথেৰে প্ৰৱেশ কৰিব পাৰিব ষ্টেডিয়ামৰ ভিতৰত...

Assam police