New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
ডুমডুমাত চোৰাং কাঠভৰ্তি বাহন জব্দ আৰক্ষীৰ।
বাদলাবেটা বাইপাছত নিশা আৰক্ষীয়ে জব্দ কৰে বাহনখন।
অৰুণাচলৰ পৰা তিনিচুকীয়া অভিমুখী আছিল ডিআই বাহনখন।
বাহনখনৰ চালকক আটক কৰি সোধা-পোছা অব্যাহত আৰক্ষীৰ।
আৰক্ষীয়ে চোৰাং কাঠভৰ্তি বাহনখন গতাই দিয়ে বন বিভাগক।