/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/794f7d7d-2592-4c2b-aa77-fa946ed5cfb4/south_salmara.jpg)
দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত সুলভ মূল্যৰ চোৰাং চাউল সহ চাৰি জনক আটক
আটক কৰা লোক কেইজন ক্ৰমে আমিৰ হুছেইন, হামিদুল ইছলাম, নুৰ হুছেইন মোল্লা জহিৰুল ইছলাম
এখন যন্ত্ৰ চালিত নাও সহ ৫০ বস্তা pds চাউল জব্দ
নিশা ব্ৰহ্মপুত্ৰ নদীৰে চাউল খিনি লৈ বাংলাদেশৰ ফালে গৈ আছিল
গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই চাউল খিনি জব্দ কৰি চাৰিও জনক আটক কৰিছে
আৰক্ষীয়ে অব্যাহত ৰাখিছে ঘটনা সন্দৰ্ভত তদন্ত
চাউল খিনি কোন সমবায় সমিতিৰ পৰা অনা হৈছিল এতিয়াও জানিব পৰা হোৱা নাই
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us