/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/a49ef17d-9c83-4ee4-b6bb-419cd6c06372/bokakhat_07.jpg)
bokakhat bokakhat
বোকাখাতৰ ডিফলু চাহ বাগিচাত ভয়ংকৰ ঘটনা।
নদীৰ সোঁতত উটি গ'ল ৬ গৰাকীকৈ মহিলা শ্ৰমিক।
বাগিচাত চাহপাতি তুলি উভতাৰ সময়তে সংঘটিত হয় এই অঘটন।
স্থানীয় লোকে উদ্ধাৰ কৰিলে ৫ গৰাকী মহিলা শ্ৰমিকক।
আন এগৰাকী মহিলাক উদ্ধাৰ কৰিব নোৱাৰিলে স্থানীয় লোকে।
উটি যোৱা মহিলা শ্ৰমিক গৰাকীৰ নাম ববিতা ভূমিজ।
বৰ্তমানেও সন্ধানীহ মহিলা শ্ৰমিকগৰাকী।
তেওঁৰ সন্ধানত অব্যাহত আছে উদ্ধাৰ অভিযান।
ঐতিহাসিক ওলমা দলঙৰ সমীপৰ মেলেং ডুবিত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us