/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/af3a61f9-4a25-4d28-93bc-d339dfe183f5/aimu.jpg)
ভূগোল বিষয়ৰ প্ৰশ্ন কাকত ফাদিলৰ ভুৱা প্ৰচাৰ সন্দৰ্ভত পুনৰ ৬ ছাত্ৰক আটক
মেট্রিক পৰীক্ষাৰ ভুৱা ভূগোল প্রশ্নকাকত ফাদিল কাণ্ড।
আটক কৰা হৈছে আন ৬জনক ছাত্ৰক।
ভুৱা প্রচাৰ চলোৱাৰ অভিযোগ শিৱসাগৰত আটক কৰা হৈছে ৬জন শিক্ষাৰ্থীক।
শিৱসাগৰ আৰক্ষীয়ে সোধাপোছাৰ বাবে আটক কৰে ৬ শিক্ষাৰ্থীক।
আটাইকেইগৰাকী শিক্ষাৰ্থীক আৰক্ষী অধীক্ষকৰ কাৰ্যালায়ত জেৰা।
ইয়াৰ পূৰ্বে শিৱসাগৰ আৰু নগাঁৱৰ পৰা আটক কৰিছিল আন দুজন ছাত্ৰক।
Also Read: গোৱালপাৰাত কীটনাশক আৰু ৰাসায়নিক সাৰ ব্যৱহাৰ সন্দৰ্ভত ব্যৱসায়ী, কৃষকৰ মাজত সজাগতা...