New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/ssss.jpg)
- শিৱসাগৰত শিখা শইকীয়া ৰহস্যজনক আত্মহত্যাৰ গোচৰত দুজনক আটক।
- শিৱসাগৰ আৰক্ষীয়ে আটক কৰিলে দম্পতীক।
- পত্নীসহ আটক নিৰিক্ষিত গগৈক।
- ২৪ জুনৰ পৰা পলাতক হৈ আছিল গগৈ দম্পতী।
- ২৩ জুনত মহিলা গৰাকীয়ে দিখৌত জপিয়াই আত্মহত্যা কৰিছিল।
- এগৰাকী মহিলাৰ ছুইচাইড নোটত আছিল গগৈ দম্পতীৰ নাম।
- শিৱসাগৰ সদৰ থানাত দুয়োগৰাকীকে জেৰা আৰক্ষীৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us