শিৱসাগৰত ভয়ংকৰ ঘটনা! বাছৰ তলত সোমাল স্কুটী, থিতাতে নিহত এজন...

শিৱসাগৰত ASTCৰ বাছৰ তলত সোমাল স্কুটী।
road accident
road accidentroad accident
  • শিৱসাগৰত ASTCৰ বাছৰ তলত সোমাল স্কুটী।

  • সোমবাৰে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।

  • দুৰ্ঘটনাৰ ফলত থিতাতে নিহত স্কুটী আৰোহী।

  • নিহত স্কুটী আৰোহীজন এই পৰ্যন্ত চিনাক্ত হোৱা নাই।

  • ৩৭ নং ৰাষ্ট্রীয় ঘাইপথত সংঘটিত এই দুৰ্ঘটনা

  • স্কুটীখনৰ নং- AS04 L 6597

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in