New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
road accident road accident
শিৱসাগৰত ASTCৰ বাছৰ তলত সোমাল স্কুটী।
সোমবাৰে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।
দুৰ্ঘটনাৰ ফলত থিতাতে নিহত স্কুটী আৰোহী।
নিহত স্কুটী আৰোহীজন এই পৰ্যন্ত চিনাক্ত হোৱা নাই।
৩৭ নং ৰাষ্ট্রীয় ঘাইপথত সংঘটিত এই দুৰ্ঘটনা
স্কুটীখনৰ নং- AS04 L 6597