অসম নিৰ্বাচন-২০১৯ বিয়লি ৩ বজাৰলৈকে শিৱসাগৰৰ ভোটদানৰ হাৰ… বিয়লি ৩ বজাৰলৈকে শিৱসাগৰৰ ভোটদানৰ হাৰ… asomiyapratidin 11 Apr 2019 15:55 IST Follow UsNew Updateযোৰহাট লোকসভা সমষ্টিৰ শিৱসাগৰ নিৰ্বাচনী জিলাৰ তিনি বিধানসভা সমষ্টি থাওৰা, আমগুৰি আৰু শিৱসাগৰত অব্যাহত ভোটগ্ৰহন।৩ বজাৰলৈকে ৩ সমষ্টিৰ ভোটদানৰ হাৰ এনেধৰণৰ-থাওৰা সমষ্টিত- ৬২ শতাংশ।আমগুৰি সমষ্টিত- ৬১ শতাংশ।শিৱসাগৰ সমষ্টিত- ৬১ শতাংশ।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক