সন্ধিয়া ৫ বজাৰ লৈকে শিৱসাগৰৰ ভোটদানৰ হাৰ…

সন্ধিয়া ৫ বজাৰ লৈকে শিৱসাগৰৰ ভোটদানৰ হাৰ…

author-image
asomiyapratidin
New Update
৩ বজাৰলৈকে চৰাইদেউ জিলাৰ ভোটগ্ৰহণৰ হাৰ…

  • যোৰহাট লোকসভা সমষ্টিৰ শিৱসাগৰ নিৰ্বাচনী জিলাৰ তিনি বিধানসভা সমষ্টি থাওৰা, আমগুৰি আৰু শিৱসাগৰত অব্যাহত ভোটগ্ৰহন।
  • ৫ বজাৰলৈকে ৩ সমষ্টিৰ ভোটদানৰ হাৰ এনেধৰণৰ-
  • থাওৰা সমষ্টিত- ৭৪.৪১ শতাংশ।
  • আমগুৰি সমষ্টিত- ৭৫.১৬ শতাংশ।
  • শিৱসাগৰ সমষ্টিত- ৭৩.৬৫ শতাংশ।