New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
- শিৱসাগৰৰ আমগুৰিত পৈশাচিক ঘটনা।
- পিতৃৰ বলাৎকাৰৰ বলি নিজ ১৫বছৰীয়া কন্যা।
- মঙলবাৰে পোহৰলৈ আহে এই ঘটনা।
- বৰবাম চাহ বাগিচাৰ ফেক্টৰী লাইনৰ ড০ খান কলনিত সংঘটিত এই ঘটনা।
- ধৰম কোঁৱৰ নামৰ লোকজনে নিজ কন্যাক বলাৎকাৰ কৰাৰ অভিযোগ।
- ইতিমধ্যে আমগুৰি আৰক্ষীয়ে গ্রেপ্তাৰ কৰে অভিযুক্ত ধৰম কোঁৱৰক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us