দলবাগান উঃমাঃ বিদ্যালয়ত অনুষ্ঠিত কৰা হয় আন্তঃ বিদ্যালয় কুইজ প্ৰতিযোগিতা...

অবিভক্ত শিৱসাগৰ জিলাৰ এখন উল্লেখযোগ্য শিক্ষানুষ্ঠান দলবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়

author-image
Asomiya Pratidin
New Update
দলবাগান উঃমাঃ বিদ্যালয়ত অনুষ্ঠিত কৰা হয় আন্তঃ বিদ্যালয় কুইজ প্ৰতিযোগিতা...

quize compitition

ডিজিটেল সংবাদ, চৰাইদেউঃ অবিভক্ত শিৱসাগৰ জিলাৰ এখন উল্লেখযোগ্য শিক্ষানুষ্ঠান দলবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয় । ১৯১৯ চনত স্থাপিত বিদ্যালয়খনে এশটা বৰ্ষ অতিক্ৰম কৰাত শতবৰ্ষ সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৪, ৫ আৰু ৬ নৱেম্বৰত ।

Advertisment

সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি সামৰণি অনুষ্ঠান উদযাপন সমিতিৰ দ্বাৰা ইতিমধ্যে বিভিন্ন কাৰ্যসূচী হাতত লৈছে । ইয়াৰে অংশ হিচাপে শনিবাৰে বিদ্যালয়ত আয়োজন কৰা হয় আন্ত: বিদ্যালয় কুইজ প্ৰতিযোগিতা । এই প্ৰতিযোগিতা পৰিচালনা কৰে শুভ্ৰজ্যোতি শ্যামে ।

assam sivsagar