শিৱসাগৰত অনুষ্ঠিত হৈছে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সভা…

শিৱসাগৰত অনুষ্ঠিত হৈছে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সভা…

author-image
asomiyapratidin
New Update
শিৱসাগৰত অনুষ্ঠিত হৈছে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সভা…

• শিৱসাগৰত অনুষ্ঠিত হৈছে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সভা

Advertisment

• দেওবাৰে পতাকা উত্তোলনেৰে আৰম্ভণি কৰা হয় সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সভাৰ কাৰ্যসূচী

• এই কাৰ্যনিৰ্বাহতে গঠন কৰা হ'ব সাহিত্য সভাৰ নিৰ্বাচনী সমিতি

• সাহিত্য সভাৰ পৰৰ্ৱতী সভাপতি সাধাৰণ সম্পাদক নিৰ্বাচনৰ বাবে আনুষ্ঠানিকতা আৰম্ভ হ'ব এই কাৰ্যনিৰ্বাহকৰ পাছতেই

• কাৰ্যনিৰ্বাহকত সাহিত্য সভাৰ সভাপতিকে ধৰি প্ৰায়সংখ্যক বিষয়ববীয়া উপস্থিত আছে

• শিৱসাগৰৰ যুৱদলত অনুষ্ঠিত হৈছে এই কাৰ্যনিৰ্বাহক সভা

আৰু পঢ়ক:মৃত নৱজাতকক ৫০০ টকাত কিনি খালত দলিয়ালে দুবৃৰ্ত্তই …

assam sivsagar axomsahityasabha