/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/b6f2e5c9-949d-4aab-9a1b-cbe0a7a2a1d9/sonari_24.jpg)
প্ৰবঞ্চনাৰে ৰে'লৰ টিকট বিক্ৰী কৰা BJYM ৰ দুই প্ৰৱঞ্চকক আটক...
-
সোণাৰীত ৰে’ল আৰক্ষীৰ জালত দুই প্রবঞ্চক।
-
আটক ৰিকি দাস আৰু পিণ্টু দত্ত নামৰ প্রবঞ্চকদ্বয়ক।
-
প্রবঞ্চনাৰে ৰে’লৰ টিকট বিক্রী কৰাৰ অভিযোগ দুয়োৰে বিৰুদ্ধে।
-
ব্যক্তিগত ID ব্যৱহাৰ কৰি ৰে’লৰ টিকট বিক্রী কৰি আহিছিল দুয়োৱে।
-
ধৃত ৰিকি দাস ভাৰতীয় জনতা যুৱ মৰ্চাৰ কাৰ্যকৰ্তা বুলি জনা গৈছে।
Also Read: নিশাৰ মহানগৰীত বিধ্বংসী অগ্নিকাণ্ড...