নাজিৰাৰ তৈলখাদত জুই, আতংকিত অঞ্চলবাসী

নাজিৰাৰ তৈলখাদত জুই, আতংকিত অঞ্চলবাসী
  • শিৱসাগৰৰ নাজিৰাৰ অন্তৰ্গত গেলেকীত ভয়ংকৰ অগ্নিকাণ্ড।

  • তৈলখাদত জুই লাগি ভয়ংকৰ পৰিস্থিতি।

  • সাৰকিনাত ONGCৰ অধীনৰ এছ কে পেট্র’ৰ ৰীগত এই ঘটনা।

  • শুকুৰবাৰে সংঘটিত হয় এই ঘটনা।

  • অগ্নিকাণ্ডৰ ফলত বৃহৎ‍ ক্ষতিৰ আশংকা।

  • অগ্নিকাণ্ডৰ ফলত আতংকিত অঞ্চলবাসী।

  • অগ্নিকাণ্ডৰ কাৰণ এই পৰ্যন্ত জনা হোৱা নাই।

  • ঘটনাস্থলীত আৰক্ষী আৰু ONGCৰ অগ্নিনিৰ্বাপক বাহিনীৰ লোক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in