/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/187589d8-ec18-4f65-9a18-8d7b045bb75e/mand.jpg)
-
শিৱসাগৰৰ নাজিৰাৰ অন্তৰ্গত গেলেকীত ভয়ংকৰ অগ্নিকাণ্ড।
-
তৈলখাদত জুই লাগি ভয়ংকৰ পৰিস্থিতি।
-
সাৰকিনাত ONGCৰ অধীনৰ এছ কে পেট্র’ৰ ৰীগত এই ঘটনা।
-
শুকুৰবাৰে সংঘটিত হয় এই ঘটনা।
-
অগ্নিকাণ্ডৰ ফলত বৃহৎ ক্ষতিৰ আশংকা।
-
অগ্নিকাণ্ডৰ ফলত আতংকিত অঞ্চলবাসী।
-
অগ্নিকাণ্ডৰ কাৰণ এই পৰ্যন্ত জনা হোৱা নাই।
-
ঘটনাস্থলীত আৰক্ষী আৰু ONGCৰ অগ্নিনিৰ্বাপক বাহিনীৰ লোক।