New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/08491e6d-be21-494e-884f-e59525a75236/tyr.jpg)
-
শিৱসাগৰৰ চেৰেকাপাৰত পথ দুৰ্ঘটনা।
-
ONGCৰ বাছ আৰু ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা।
-
দেওবাৰে সংঘটিত হয় পথ দুৰ্ঘটনাটো।
-
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ৯জন।
-
আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্রেৰণ।
-
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ।