শিৱসাগৰত ডকাইতি: লুটি নিলে লক্ষাধিক টকাৰ সা-সম্পত্তি...

শিৱসাগৰত ডকাইতি: লুটি নিলে লক্ষাধিক টকাৰ সা-সম্পত্তি...
  • শিৱসাগৰৰ আমোলাপট্টীৰ শংকৰদেৱ নগৰত চাঞ্চ্যলকৰ ডকাইতি।

  • মণি চেতিয়া নামৰ এগৰাকী শিক্ষয়িত্রীৰ ঘৰত ডকাইতিৰ কাণ্ড সংঘটিত হৈছে।

  • শিক্ষয়িত্রীৰ ঘৰৰ পৰা লক্ষাধিক টকাৰ সম্পত্তি লুটি নিলে ডকাইতে।

  • ডকাইতে ছুৰীৰে আক্রমণৰ চেষ্টা কৰে শিক্ষয়িত্রীগৰাকীৰ পৰিয়ালটোক।

  • ঘৰটোত খিৰিকি ভাঙি ডকাইতে প্রৱেশ কৰি ডকাইতি কাৰ্য চলাই।

  • ডকাইতৰ সৈতে হতাহতিত লিপ্ত হয় শিক্ষয়িত্রীগৰাকীৰ পুত্র ৰিতুৰাজ।

  • পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

শিৱসাগৰত ডকাইতি: লুটি নিলে লক্ষাধিক টকাৰ সা-সম্পত্তি...
ভাৰতৰ সবাতোকৈ ধনী ৭খন ৰাজ্য, পঢ়ক সবিশেষ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in