New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/dangor-khobr-2.jpg)
সোণাৰিত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড।
সোণাৰিৰ থুকুবলিত উদ্ধাৰ পিংকু চৌধুৰী নামৰ যুৱকজনৰ মৃতদেহ।
নলাত পৰি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে মৃতদেহটো।
কোনে কি কাৰণত পিংকুক হত্যা কৰিলে বৰ্তমানলৈ জানিব পৰা হোৱা নাই।
ঘটনাস্থলীত সোণাৰি আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।
Also Read: চামগুৰিৰ ৰঙাগড়াত শোকাৱহ পথ দুৰ্ঘটনা