সোণাৰিত নৃশংস হত্যাকাণ্ড

সোণাৰিত নৃশংস হত্যাকাণ্ড
  • সোণাৰিত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড।

  • সোণাৰিৰ থুকুবলিত উদ্ধাৰ পিংকু চৌধুৰী নামৰ যুৱকজনৰ মৃতদেহ।

  • নলাত পৰি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে মৃতদেহটো।

  • কোনে কি কাৰণত পিংকুক হত্যা কৰিলে বৰ্তমানলৈ জানিব পৰা হোৱা নাই।

  • ঘটনাস্থলীত সোণাৰি আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

সোণাৰিত নৃশংস হত্যাকাণ্ড
চামগুৰিৰ ৰঙাগড়াত শোকাৱহ পথ দুৰ্ঘটনা

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in