/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/3d6545df-82d1-4043-b882-cee975962648/aimu.jpg)
-
শিৱসাগৰত জুৱা খেলক কেন্দ্র কৰি উত্তপ্ত পৰিস্থিতি
-
নিজৰ মাজতে হোৱা সংঘাতত আহত বিজেপি (BJP) নেতা
-
জুৱা খেলৰ মতানৈক্যৰ বাবে প্রচণ্ড মাৰপিট
-
আহত বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ সম্পাদক জিতু হাজৰিকা
-
শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি জিতু হাজৰিকাক
-
একাধিক জুৱাৰীক আটক শিৱসাগৰ আৰক্ষীৰ