প্রাতঃভ্রমণলৈ অহা লোকক মহটিয়াই নিলে তীব্ৰবেগী ট্ৰাকে, নিহত…

প্রাতঃভ্রমণলৈ অহা লোকক মহটিয়াই নিলে তীব্ৰবেগী ট্ৰাকে, নিহত…

author-image
asomiyapratidin
New Update
জাগীৰোডত নৈশ বাছ দুৰ্ঘটনাগ্রস্ত

  • ছিপাঝাৰত ভয়ংকৰ দুৰ্ঘটনা।
  • মঙলবাৰে পুৱাৰ ভাগত সংঘটিত হয় এই পথ দুৰ্ঘটনা।
  • তীব্রবেগী ট্রাকৰ খুন্দাত প্ৰথম অৱস্থাত নিহত দুজন, আহত ৭ জন লোক।
  • নিয়ন্ত্রণ হেৰুৱাই ট্রাকখনে মহটিয়াই নিয়ে প্রাতঃভ্রমণলৈ অহা লোকক।
  • নিহত জিণ্টু হক, ইনদাদুল হক নামৰ লোক দুজন।
  • অৱশ্যে নিহতৰ সংখ্যা পৰৱৰ্তী পৰ্যায়ত ৫ জনলৈ বৃদ্ধি হোৱা বুলি জানিব পৰা গৈছে।
assam sipajhar